Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বশিষ্ঠত STFৰ অভিযানত জব্দ ৪ হাজাৰ কেজি মাৰিজুৱানা, জব্দকৃত মাৰিজুৱানাখিনিৰ বজাৰমূল্য প্ৰায় ১০ কোটি…..

ড্ৰাগ্ছ সৰবৰাহকাৰীৰ ৰম্যপুৰীত পৰিণত গুৱাহাটী

বশিষ্ঠত জব্দ ৪ হাজাৰ কেজি মাৰিজুৱানা

STFৰ অভিযানত জব্দ মাৰিজুৱানাখিনি

জব্দকৃত মাৰিজুৱানাখিনিৰ বজাৰমূল্য প্ৰায় ১০ কোটি

ৰাজু শৰ্মা, বিশ্বজিৎ দাস নামৰ দুজনক গ্ৰেপ্তাৰ

ৰবৰভৰ্তি ট্ৰাকত কৌশলেৰে লুকুৱাই আনিছিল মাৰিজুৱানা

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 5 =

Back to top button