Assamleatest updatenorth eastSocial
উত্তৰ-পূবৰ দুই ৰাজ্যক অশান্ত এলেকা ঘোষণা
নাগালেণ্ড, অৰুণাচলত পুনৰ বাহাল AFSPA

উত্তৰ-পূবৰ দুই ৰাজ্যক অশান্ত এলেকা ঘোষণা
পুনৰ বলৱৎ হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন
নাগালেণ্ড, অৰুণাচলত পুনৰ বাহাল AFSPA
দুয়োখন ৰাজ্যতে ৬ মাহলৈ বৃদ্ধি সময়সীমা
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা
নাগালেণ্ডৰ ৮ জিলা আৰু ২১ থানা এলেকাত AFSPA বাহাল
মন, ফেক, নকলাক ডিমাপুৰ, নিউলেণ্ড, চুমকেডিমা
কিফিৰে, পেৰেন জিলাত বাহাল ৰখা হৈছে AFSPA
অৰুণাচলৰ টিৰাপ, চাংলাং, লংডিং জিলাত বাহাল AFSPA
নামচাই, মহাদেৱপুৰ, চৌখাম থানা এলেকাত AFSPA জাৰি
আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি AFSPAৰ সময়সীমা বৃদ্ধি
১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰ্দেশনা