
মৰিয়নীত জঘন্য কাণ্ড। নিজ পিতৃৰ হাততে ধৰ্ষণৰ বলি হ’ল ১২ বছৰীয়া কিশোৰী। এমাহ ধৰি নিজ গৃহতে পিতৃৰ দ্ধাৰা ধৰ্ষণৰ বলি হৈ আহিছিল দুৰ্ভগীয়া কিশোৰীগৰাকী। কিশোৰী গৰাকীৰ মাতৃয়ে গোপনে ৰাখিছিল ঘটনাতো। মৰিয়নি নগৰৰ ৬ নম্বৰ ৱাৰ্ডৰ গান্ধী নগৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা। কিশোৰীগৰাকীৰ মাহীয়েকৰ এজাহাৰ ভিত্তিত ১৭২/২২ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ৩৪৫ RWSEC 8 OF POSCO আইনৰ অধীনত পিতৃ টিংকু নায়কক গ্ৰেপ্তাৰ মৰিয়নি আৰক্ষীৰ।