Socialঅসমজীৱনশৈলীদৈনিক বাতৰিপৰিৱেশ

এগৰাকী মহিলাৰ প্ৰচেষ্টাত ৰং বিৰঙী হৈ উঠিছে মৰাণৰ ৰাজপথ

মৰাণত এগৰাকী মহিলাৰ প্ৰশংসনীয় কাৰ্য

এগৰাকী মহিলাৰ প্ৰচেষ্টাত ৰং বিৰঙী হৈ উঠিছে মৰাণৰ ৰাজপথ

মৰাণত এগৰাকী মহিলাৰ প্ৰশংসনীয় কাৰ্য। কৰবী সোনোৱাল নামৰ মহিলাগৰাৰকীয়ে ফুলেৰে ওপচাই পেলাইছে নিজৰ চৌপাশ।

দেশ বিদেশ ভ্ৰমণ কৰি বহুতে বহুত অভিজ্ঞতা অৰ্জন কৰে। কিন্তু কাৰ্যতঃ সেই অভিজ্ঞতা বহুতে নিজৰ মনৰ মাজতে সীমাবদ্ধ কৰি ৰাখে। কিন্তু মৰাণৰ এগৰাকী মহিলাই দেশ বিদেশ ভ্ৰমণ কৰি পোৱা অভিজ্ঞতাৰ নিজ কৰ্মৰ জৰিয়তে দেখুৱাইছে সুন্দৰ নিদৰ্শন।

কৰবী সোনোৱালে ইতিমধ্যে মৰাণৰ এটা সম্পুৰ্ণ পথ ৰং বিৰঙৰ ফুলেৰে সজাই তুলিছে।
কৰবীৰ এনে কাৰ্যত এতিয়া সলাগ লৈছে মৰাণবাসীয়ে

Moran road decoration with flowers
Moran road decoration with flowers

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button