AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগবতৰভাৰত

ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে ছিগিলে মাজুলীৰ কমলাবাৰী-জুগুনুধাৰী সংযোগী মথাউৰি

🔴 মাজুলীত বানৰ ভয়ংকৰ ৰূপ ধাৰণ
🔴 ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে ছিগিলে মথাউৰি
🔴 ছিগিল কমলাবাৰী-জুগুনুধাৰী সংযোগী মথাউৰি
🔴 ঐতিহাসিক আউনিআটি সত্ৰলৈ তীব্ৰ ভাবুকি
🔴 আউনিআটী সত্ৰৰ সমীপতে ছিগি যায় মথাউৰিটো
🔴 বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁও জলমগ্ন
🔴 বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ নকৰাৰ অভিযোগ
🔴 শ শ লোকৰ মাজত হাহাকাৰ অৱস্থা

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button