assam policeleatest updatenationalSocial

১ জুলাইৰ পৰা দেশত বলবৎ হ’ব দেৱানী আইন

IPC, CrPCৰ ঠাইত বলবৎ হ’ব নতুন আইন

১ জুলাইৰ পৰা দেশত বলবৎ হ’ব দেৱানী আইন

IPC, CrPCৰ ঠাইত বলবৎ হ’ব নতুন আইন

বলবৎ হ’ব ভাৰতীয় ন্যায় সংহিতা

বলবৎ হ’ব নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য অধিনিয়ম

শনিবাৰে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰে অধিসূচনা

নতুন আইনৰ অধীনত কাৰ্যকৰী হ’ব নতুন সংযোজিত ধাৰা

সলনি হ’ব IPC-302, 420ৰ ধাৰা

লগতে সলনি হ’ব বহু গুৰুত্বপূৰ্ণ ধাৰা

সশস্ত্ৰ বিদ্ৰোহ, ৰাষ্ট্ৰীয় সম্পত্তি ধ্বংসকলৈ আছে নতুন ধাৰা

গণধৰ্ষণ, ধৰ্ষণ, শিশুৰ ওপৰত হোৱা নিৰ্যাতনৰ ক্ষেত্ৰতো থাকিব কঠোৰ বিধি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button