Assamassam policeCity newsCMO AssamCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
আদৰ্শ ঝুনঝুনৱালাৰ CAক নিৰন্তৰ জেৰা আয়কৰ দলৰ, ১০ কোটিৰো অধিকৰ আয়কৰ হিচাপ দিয়াত ব্যৰ্থ CA

আদৰ্শ ঝুনঝুনৱালাৰ CAক নিৰন্তৰ জেৰা আয়কৰ দলৰ
আয় কৰৰ হিচাপ বিচাৰি চলি আছে সোধপোছ
১০ কোটিৰো অধিকৰ আয়কৰ হিচাপ দিয়াত ব্যৰ্থ CA
পুৱাৰে পৰা অভিযান অব্যাহত আয়কৰ বিভাগৰ
আয়কৰ দলৰ নেতৃত্বত শীৰ্ষ আয়কৰ বিষয়াও
অভিযানস্থলীত উপস্থিত অৰ্দ্ধ সামৰিক বাহিনীও
আয়-ব্যয়ৰ সামঞ্জস্য নাই ঝুনঝুনৱালাৰ ব্যৱসায়িক নথিত
বৃহৎ পৰিমাণৰ CGST ,GST ফাঁকি দিয়াৰ তথ্য লাভ
২০১৯ত দিল্লীত ঝুনঝুনৱালাৰ প্ৰতিষ্ঠানত চলিছিল অভিযান
আয়কৰে তলব কৰিছে কোম্পানীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক
ঝুনঝুনৱালাক খ্ৰীষ্টানবস্তিৰ আয়কৰ কাৰ্যালয়ত চলোৱা হৈছে জেৰা