Socialঅসমৰাজনৈতিক

সৰ্বানন্দ সোণোৱালক কি উপহাৰ দিলে মুখ্যমন্ত্ৰীৰ পুত্ৰ-জীয়ৰীয়ে?

অসমলৈ আহিয়েই তেখেতৰ বাবে বিজেপি দলে আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে

অসমলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছে সৰ্বানন্দ সোণোৱাল। অসমলৈ আহিয়েই তেখেতৰ বাবে বিজেপি দলে আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

তিনিদিনীয়াকৈ আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাৰ প্ৰথম দিনটোত শুভাকাংক্ষীয়ে উপহাৰ প্ৰদান, সম্বৰ্ধনা জ্ঞাপনেৰে সৰ্বানন্দ সোণোৱালক বিশেষ আদৰণি জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ-জীয়ৰীয়ে। গামোচা আৰু উপহাৰৰ টোপোলাৰে সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ পুত্ৰ-জীয়ৰী নন্দিল আৰু সুকন্যাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button