অসমগুৱাহাটীজন্তুদৈনিক বাতৰিবন্যপ্ৰাণীভাৰত

ভদীয়া বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, উদ্যানখনৰ ১৫৫টা বন শিবিৰৰ ৫৩টা বানৰ কৱলত

ভদীয়া বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বানৰ কৱলত ৰাষ্ট্ৰী উদ্যানখনৰ ৪০ শতাংশ এলেকা

উদ্যানখনৰ ১৫৫টা বন শিবিৰৰ ৫৩টা বানৰ কৱলত

প্লাবিত অগৰাতলিৰ ২৪টা, কঁহৰাৰ ১০টা শিবিৰ

বাগৰিৰ ৮টা, বুঢ়াপাহাৰৰ ৫টা, বোকাখাতৰ ৬টা শিবিৰ

বাঢ়নী পানীত উদ্যানখনৰ ১১টা বন্যপ্ৰাণীৰ মৃত্যু

ইয়াৰ ভিতৰত প্ৰাকৃতিক কাৰণত ৩ টা গঁড়, বানপানীত ১ টা ম’হ, গাড়ীৰ চেপাত ১ টা অজগৰ সাপৰ, বানপানীত ২ টা, গাড়ী খুন্দাত ১ টা, উদ্ধাৰৰ পিচত চিকিৎসাধীন অৱস্থাত ২ টা আৰু প্ৰাকৃতিক কাৰণত ৰাষ্ট্ৰীয় উদ্যানখনত ১ টা খটীয়া পহুৰ মৃত্যু হৈছে ৷ উল্লেখিত তিনিওটা মৃত গঁড়ৰেই খৰ্গ সংগ্ৰহ কৰা হৈছে বুলিও ডি এফ অ’ অৰুণ বিশ্লেষক জনাইছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 11 =

Back to top button