AssamSocialঅসম

জ্যেষ্ঠ পুত্ৰৰ মৃ*ত্যুৰ দুখ সহিব নোৱাৰি ৭ মহীয়া পুত্ৰ সন্তানকলৈ চৰম পথ বাছি ল’লে মাতৃয়ে

গোৱালপাৰাৰ বলবলাৰ বাইজুৰিত সংঘটিত শোকাৱহ ঘটনা

গোৱালপাৰাৰ বলবলাৰ বাইজুৰিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জ্যেষ্ঠ পুত্ৰৰ মৃত্যুৰ দুখ সহিব নোৱাৰি ৭ মহীয়া পুত্ৰ সন্তানকলৈ চৰম পথ বাছি ল’লে মাতৃয়ে ।ঘটনাক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ৫ বছৰীয়া জ্যেষ্ঠ পুত্ৰৰ মৃ*ত্যু পিছতে ৭ মহীয়া পুত্ৰ সন্তানক লৈ কুঁৱাত জ*পি*য়াই মাতৃয়ে চৰম পথ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে,কালি পানীত পৰি মৃ*ত্যু হৈছিল ৫ বছৰীয়া পুত্ৰ ।একেটা পৰিয়ালৰ ৩ জনৰ মৃ*ত্যুত সমগ্ৰ অঞ্চলটোতে পৰিছ শোকৰ ছাঁ।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰ-মাতৃৰ মৃ*ত*দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button