সমাগত শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গোৎসৱলৈ মাজত মাথোঁ এটা মাহ। পিছে গভীৰ অনিশ্চয়তাত মৃণ্ময় শিল্পীসকল।
ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে নাই পূৰ্বৰ দৰে উছাহ।
মূৰ্তি নিৰ্মাণ কৰিও থমকি ৰৈছে মৃৎশিল্পীসকল। কি হ’ব ভৱিষ্যৎ? সকলো যেন অনিচ্ছয়তাত! আহিবলে ঘুৰি পুৰ্বৰ সেই উৎসৱৰ দিনবোৰ!