AssamSocialঅসমদৈনিক বাতৰি

নিগনি চিকাৰ কৰিবলৈ গৈ এজনৰ মৃত্যু

বিলাসীপাৰাৰ গোবৰ্ধনপাৰাত ভয়ংকৰ অঘটন

বিলাসীপাৰাৰ গোবৰ্ধনপাৰাত ভয়ংকৰ অঘটন সংঘটিত । ব্যক্তিজনে নিগনি চিকাৰ কৰিব আহি মৃত্যু বুলি জানিব পৰা গৈছে । মৃতব্যক্তিগৰাকী কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ গৰুখলাৰ ছিভেম ৰোৰ বুলি জানিব পৰা গৈছে ।  গৰুখলাৰ ছিভেম ৰোৰক ধাননি পথাৰৰ মাজৰ পুখুৰীত উদ্ধাৰ কৰা হৈছে । বিলাসীপাৰাৰ গোবৰ্ধনপাৰাত ছিভেম ৰোৰ সৈতে আৰু কেইবাজনো লোক  আহিছিল নিগনি চিকাৰ কৰিবলৈ, যদিও এখন পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে বিলাসীপাৰাৰ গোবৰ্ধনপাৰাত ছিভেম ৰোৰৰ । মৃতদেহ উদ্ধাৰৰ পিছতে তৎপৰ হৈছে আৰক্ষী প্ৰশাসন । ঘটনাস্থলীত উপস্থিত বিলাসীপাৰা আৰক্ষী । এতিয়া তদন্তৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button