ষ্টাফ কলেজত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত ঘোষণা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উত্তৰ-পূব শৈক্ষিক সন্মিলন অহা ২০ আৰু ২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব এই সন্মিলন GMCHৰ প্ৰেক্ষাগৃহত উদ্বোধনী অনুষ্ঠান অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ-পূবৰ শিক্ষামন্ত্ৰীসকল উপস্থিত থাকিব উত্তৰ-পূবৰ সকলো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল নতুন শিক্ষানীতিক বাস্তৱত ৰূপায়ণৰ প্ৰয়াস ‘মহাবিদ্যালয়সমূহত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী’ ২০২২ চনৰ পৰা পৃথক হ’ব একাদশ-দ্বাদশ শ্ৰেণী