অসমখেলগুৱাহাটীদৈনিক বাতৰিভাৰত
আজি বৰ্ষাপাৰাত ৰিয়ান পৰাগৰ বাবে হ’ব অগ্নিপৰীক্ষা!
আজি ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব দিল্লী কেপিটেলছৰে

আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPLৰ দ্বিতীয়খন মহাৰণ। ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব দিল্লী কেপিটেলছৰে। উল্লেখ্য যে প্ৰথমখন খেলত পৰাজিত হোৱা ৰাজস্থান ৰয়েলছৰ বাবে আজিৰ খেলখন হ’ব বিশেষ গুৰুত্বপূৰ্ণ। লগতে অসম সন্তান ৰিয়ান পৰাগৰ বাবেও হ’ব অগ্নিপৰীক্ষা। খেলৰ পূৰ্বে শুকুৰবাৰে হোটেল ৰেডিচন ব্লুত সংবাদমেল সম্বোধন ২ দলৰ প্ৰশিক্ষকৰ। বিয়লি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ।