Assamleatest updateSocial
নতুনকৈ ৬ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব অৰুণোদয় আঁচনিত
মাইক্ৰ’ ফাইনেন্সৰ হিতাধিকাৰীসকলক দিয়া হ’ব NOC

নতুনকৈ ৬ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব অৰুণোদয় আঁচনিত
১১, ১২ অক্টোবৰত সৃষ্টি হ’ব নতুন হিতাধিকাৰী
১০ নৱেম্বৰত নতুন হিতাধিকাৰীয়ে লাভ কৰিব আঁচনিৰ ধন
মাইক্ৰ’ ফাইনেন্সৰ হিতাধিকাৰীসকলক দিয়া হ’ব NOC
১৬ অক্টোবৰত ঋণমুক্তসকলক দিয়া হ’ব প্ৰমাণপত্ৰ
২ লাখ ২২ হাজাৰ হিতাধিকাৰীক দিয়া হ’ব NOC
বিভিন্ন প্ৰান্তত মন্ত্ৰীৰ উপস্থিতিত দিয়া হ’ব অনুমোদন পত্ৰ
১৩ অক্টোবৰত বিতৰণ কৰা হ’ব ৩ লাখ ৬৯ হাজাৰ চাইকেল
নৱম শ্ৰেণীৰ ছাত্ৰীক বিতৰণ কৰা হ’ব এই চাইকেল
কেবিনেটৰ অন্তত ঘোষণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ