City newsElectionInternationalInternationalleatest updatenationalpoliticalSocialSocial Networkদৈনিক বাতৰিৰাজনৈতিক
আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰত অৰবিন্দ কেজৰিৱালৰ
প্ৰচাৰৰ পূৰ্বে হনুমান মন্দিৰত সেৱা ল’লে কেজৰিৱালে
![আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰত অৰবিন্দ কেজৰিৱালৰ আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰত অৰবিন্দ কেজৰিৱালৰ](https://prathamkhabartv.com/wp-content/uploads/2024/05/ARV-780x470.jpg)
আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰত অৰবিন্দ কেজৰিৱাল
২০ দিনৰ বাবে মুকলি আকাশৰ তলত কেজৰিৱাল
১ জুনলৈকে কেজৰিৱালক সাময়িক মুক্তি ন্যায়ালয়ৰ
প্ৰচাৰৰ পূৰ্বে হনুমান মন্দিৰত সেৱা ল’লে কেজৰিৱালে
AAPৰ কৰ্মীৰ সৈতে সেৱা ল’লে কেজৰিৱালে
উপস্থিত আছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং
AAPৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল কেজৰিৱালৰ
বিয়লি দক্ষিণ দিল্লীত কেজৰিৱালৰ মেগা ৰোড শ্ব’