কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ!
বিগত সময়ছোৱাত জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে পঠিয়াইছিল ১ কোটি টকা সাহাজ্য। হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয়ে দিছিল এই ধনৰাশি।
নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে টুইটযোগে আমন্ত্ৰণ জনাই অক্ষয় কুমাৰক।
Shri Akshay Kumar @akshaykumar
Your donation is used for construction of high land, floating camps, anti-poaching camps and development of wetland.We cordially invite you to visit the wild paradise 'Kaziranga'@assamforest @ntca_india @mygovassam pic.twitter.com/vBmFupSkGk
— Kaziranga National Park & Tiger Reserve (@kaziranga_) March 19, 2022
টুইটৰ সঁহাৰি জনাই অভিনেতাগৰাকীয়ে।
This made my day 😁 Thank you so much for the invitation to @kaziranga_ , will definitely plan a visit soon. https://t.co/oaTXmuyqKC
— Akshay Kumar (@akshaykumar) March 19, 2022
টুইটাৰত ৰিপ্লাই দি অশীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি কয় অক্ষয় কুমাৰে। শীঘ্ৰে কাজিৰঙা ভ্ৰমণৰ কথা প্ৰকাশ কৰে অক্ষয় কুমাৰে।


