নিশ্চিত বিপদৰ দিশে ডাঃ সংগীতা দত্ত, ৱালিউল ইছলাম, সংগীতা-ৱালিউলসহ তিনিজনৰ বিৰুদ্ধে চাৰ্জফ্ৰেম……
নিশ্চিত বিপদৰ দিশে ডাঃ সংগীতা দত্ত, ৱালিউল ইছলাম
তোলনীয়া সন্তানক শাৰীৰিক নিৰ্যাতনৰ গোচৰ
সংগীতা-ৱালিউলসহ তিনিজনৰ বিৰুদ্ধে চাৰ্জফ্ৰেম
চাৰ্জফ্ৰেম গুৱাহাটীৰ বিশেষ POCSO আদালতৰ
ডাঃ ৱালিউলৰ বিৰুদ্ধে POCSO আইনৰ ৬নং ধাৰা
IPCৰ 376 AB ধাৰাও আৰোপ ডাঃ ৱালিউলৰ বিৰুদ্ধে
ডাঃ সংগীতাৰ বিৰুদ্ধে POCSO আইনৰ ৬নং ধাৰা
IPCৰ 326 A, 376 AB ধাৰা সংগীতাৰ বিৰুদ্ধে
লক্ষী ৰয় আৰু কাবেই কামেঙৰ বিৰুদ্ধেও POCSOৰ দুটা ধাৰা
উৎপলা বসুসহ ৫জনৰ বিৰুদ্ধে শিশু ন্যায় আইনৰ ধাৰা
ৱালিউল-সংগীতাৰ বিৰুদ্ধে শিশু ন্যায় আইনৰ দুটা ধাৰা