আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলী

বিশ্ব দৰবাৰত স্থান পালে জনপ্ৰিয় ব্যঞ্জন আলু পিটিকা আৰু পঁইতা ভাত

Master Chef Australiaত জিলিকি উঠিল আলু পিটিকা, পঁইতা ভাত আৰু ভজা মাছ

বিশ্ব দৰবাৰত স্থান পালে জনপ্ৰিয় ব্যঞ্জন আলু পিটিকা আৰু পঁইতা ভাত।

বিখ্যাত ৰন্ধন প্ৰতিযোগিতাৰ টিভি অনুষ্ঠান Master Chef Australiaত জিলিকি উঠিল আলু পিটিকা, পঁইতা ভাত আৰু ভজা মাছ। মেলবৰ্ণৰ ৩৮বছৰীয়া মহিলা কিশ্বৰ চৌধুৰীয়ে Master Chef Australia ত অসমীয়া-বঙালী ব্যঞ্জন বিধ বনাই প্ৰৱেশ কৰে প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ত। জুতিৰে ভৰা আলু পিটিকা, পঁইতা ভাত আৰু ভজা মাছৰ সুন্দৰ পৰিৱেশন কৰি বিচাৰকৰ মন জয় কৰিবলে সক্ষম হয় কিশ্বৰ চৌধুৰীয়ে। চৌধুৰীয়ে এই ব্যঞ্জনবিধৰ নাম দিলে ‘Smoked Rice Water’। প্ৰতিযোগিতাৰ তিনিগৰাকী বিচাৰকে ভূয়সী প্ৰশংসা কৰে দুই সন্তানৰ মাতৃ কিশ্বৰক।

উল্লেখ্য যে, পূৰ্বেও এই প্ৰতিযোগিতাত কিশ্বৰ চৌধুৰীয়ে খিছিৰী আৰু বেঙেনা ভজা ৰান্ধি বিচাৰকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + 13 =

Check Also
Close
Back to top button