কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুৰ সাত মাইলত মঙ্গলবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কায্যবাহী সদস্য তুলিৰাম ৰংহাঙে লংচুৰ মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা স্থাপন কৰে।
এই প্ৰকল্পটো ১২ কোটি টকা ব্যয় সাপেক্ষে এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি সদৰি কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ লগতে এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগে দুই পাৰ্বত্য জিলাৰ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন পথ প্ৰশস্ত হ’ব আৰু কিছু হ’লেও নিবনুৱা সমস্যা হ্ৰাস হ’ব বুলিও উল্লেখ কৰে তেওঁ।
উক্ত আধাৰ শিলা স্থাপনৰ অনুষ্ঠানত প্ৰকল্পখনৰ স্বাত্বাধিকাৰী মুন ইংতিপী, স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙৰ লগতে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয়ৰ উপৰিও বহু গণমান্য ব্যক্তি উপস্থিত থাকে ৷
Read Next
Assam
জানুৱাৰী 31, 2025
আজিৰে পৰা অসম সাহিত্য সভাৰ অধিৱেশন
অসম
জানুৱাৰী 24, 2025
দৰা সাজেৰে কইনাক আনিবলৈ সাজু ৭১ বছৰীয়া ককা
Assam
জানুৱাৰী 9, 2025
প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান
Assam
নৱেম্বৰ 13, 2024
অন্ত পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
Assam
অক্টোবৰ 30, 2024
নিগনি চিকাৰ কৰিবলৈ গৈ এজনৰ মৃত্যু
ডিচেম্বৰ 23, 2024
শ্বেইখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিবলৈ হেঁচা প্ৰয়োগ মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰৰ….
নৱেম্বৰ 13, 2024
অন্ত পৰিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ
নৱেম্বৰ 6, 2024
‘বিশ্ববিদ্যালয় এখন মাঁথো ডিগ্ৰী-ডক্টৰেট বনোৱা কাৰখানা হ’ব নোৱাৰে’: মনোজ কুমাৰ গোস্বামী
নৱেম্বৰ 6, 2024
পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প! ২৬৭টা ইলেক্টৰেল ভোটত অগ্ৰগতি ট্ৰাম্পৰ….

জানুৱাৰী 8, 2025
কিয় গ্ৰীণলেণ্ডক লৈ তৎপৰ ডনাল্ড ট্ৰাম্প? গ্ৰীণলেণ্ডৰ পৰা আমেৰিকাৰ কি লাভ হ’ব?
জানুৱাৰী 8, 2025
কোনে দখল কৰিছে ভাৰতৰ মাটি? সম্পূৰ্ণ ৫ কিঃমিঃ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ বাংলাদেশৰ…..