অসমদৈনিক বাতৰিভাৰত

ৰাষ্ট্ৰপতিৰ অসম আগমনৰ প্ৰাক্ক্ষণত সুখবৰ! ভাস্কৰ্যশিল্পীৰ পৰশত প্ৰাণ পালে ৰাষ্ট্ৰপতিৰ প্ৰতিমূৰ্তি

ৰাষ্ট্ৰপতিৰ অসম আগমনৰ প্ৰাক্ক্ষণত সুখবৰ! ভাস্কৰ্যশিল্পীৰ পৰশত প্ৰাণ পালে ৰাষ্ট্ৰপতিৰ প্ৰতিমূৰ্তি

আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ গজ মহোৎসৱলৈ ৰাষ্ট্ৰপতিগৰাকী অহাৰ প্ৰাক্‌ক্ষণত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৰাষ্ট্ৰপতি গৰাকীৰ এটি  কংক্ৰিটৰ প্ৰতিমুৰ্তি ৷ নিৰ্মাণ কৰিছে নিৰৱধি শিল্প সাধনাত ব্ৰতি এগৰাকী ভাস্কৰ্যশিল্পীয়ে৷ ভাস্কৰ্য্য শিল্পী গৰাকীৰ নাম ৰাজীৱ শইকীয়া৷ ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে থকা আৱেগিক সম্পৰ্কৰ বাবেই গাঁঠিৰ ধন ভাঙি নিৰ্মান প্ৰায় সম্পূৰ্ণ কৰিছে শিল্পীগৰাকীয়ে ৷ নগঞা ভাস্কৰ্য শিল্পী ৰাজীৱ শইকীয়াই  নিজ হাতে প্ৰদান কৰিম বুলি মনত পুহি ৰাখিছে বহু আশা ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button