InternationalInternationalleatest updatenationalSportsworld cupখেলদৈনিক বাতৰি

আন্তঃৰাষ্ট্ৰীয় T20ক বিদায় ৰোহিত শৰ্মা, বিৰাট কোহলিৰ

অৱসৰ ঘোষণা কৰি আৱেগিক দুই ভাৰতীয় তাৰকা

আন্তঃৰাষ্ট্ৰীয় T20ক বিদায় ৰোহিত শৰ্মা, বিৰাট কোহলিৰ

বিশ্বকাপ জয়ৰ পিছতে অৱসৰ ঘোষণা দুয়োৰে

অৱসৰ ঘোষণা কৰি আৱেগিক দুই ভাৰতীয় তাৰকা

কেৰিয়াৰৰ অন্তিম T20ত দুৰ্দান্ত প্ৰদৰ্শন কিং কোহলিৰ

৫৯ বলত ৭৬ ৰানৰ দৰ্শনীয় ইনিছং কিং কোহলিৰ

১২৫খন আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক প্ৰতিনিধিত্ব কোহলিৰ

আন্তঃৰাষ্ট্ৰীয় T20ত ১১৭ ইনিছংত ৪,১৮৮ ৰান কোহলিৰ

১টা শতক আৰু ৩৮টা অৰ্ধশতক অৰ্জন কোহলিৰ

ODI, টেষ্টত মনোনিৱেশ কৰিব বিৰাট কোহলিয়ে

T20ত ১৫৯ মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৰোহিত শৰ্মাই

১৫১ ইনিংছত ৪.২৩১ ৰান ৰোহিত শৰ্মাৰ

আন্তঃৰাষ্ট্ৰীয় T20ত ৫টা শতক আৰু ৩২টা অৰ্ধশতক ৰোহিতৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 5 =

Back to top button