AssamSocialSocial Networkঅসমদৈনিক বাতৰি

৬,৬৬৫গৰাকী পদপথৰ ব্যৱসায়ীক সংস্থাপিত কৰিব প্ৰশাসনে

আদালতৰ শুনানিৰ সকাহ পদপথৰ ব্যৱসায়ীৰ

৬,৬৬৫গৰাকী পদপথৰ ব্যৱসায়ীক সংস্থাপিত কৰিব প্ৰশাসনে
ফুটপাথৰ ব্যৱসায়ীৰ বাবে ৮১টা স্থান নিৰ্ধাৰণ প্ৰশাসনৰ
পৌৰ নিগমে শপতনামাযোগে দাখিল কৰিলে এই তথ্য
নিৰ্ধাৰিত স্থানত GMC, GMDA প্ৰদান কৰিব বিভিন্ন সুবিধা
পদপথৰ ব্যৱসায়ীয়ে লাভ কৰিবে PM সেৱা নিধিৰ ঋণ
পৰ্যায়ক্ৰমে সংস্থাপন কৰা হ’ব ব্যৱসায়ীসকলক
পদপথৰ ব্যৱসায়ী সমিতিয়ে তদাৰক কৰিব সংস্থাপনৰ ব্যৱস্থাৰ
দুসপ্তাহৰ পিছত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য আদালতৰ
পদপথৰ ব্যৱসায়ীসকলে PILৰ উপৰিও ভালেকেইখন আবেদন কৰিছিল
বিগত ৮-১০ গোচৰৰ শুনানি অব্যাহত আছিল
আদালতৰ শুনানিৰ সকাহ পদপথৰ ব্যৱসায়ীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 14 =

Back to top button