leatest updatenational

বিশ্বকাপ জয় কৰি ভাৰতত ৰোহিত বাহিনী

সুদীৰ্ঘ ১৩ বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিল বিশ্বকাপ

গৃহভূমিত উপস্থিত টীম ইণ্ডিয়া। বিশ্বকাপ জয় কৰি ভাৰতত ৰোহিত বাহিনী। এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে ভাৰতলৈ মেন ইন ব্লু। সুদীৰ্ঘ ১৩ বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিল বিশ্বকাপ। পুৱাই দিল্লী বিমানবন্দৰত উপস্থিত ৰোহিত বাহিনী। দিল্লীত উষ্ম আদৰণি জনোৱা হয় দলটোক।

৯.৩০ বজাত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব টীম ইণ্ডিয়াই। প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছত মুম্বাইলৈ যাব দলটো। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামলৈ নিয়া হ’ব বিশ্বকাপ। বাংখেড়ে ষ্টেডিয়াত অনুষ্ঠিত হ’ব বিশেষ অনুষ্ঠান। ৰোহিত শৰ্মাই BCCIৰ সম্পাদক জয় শ্বাহক অৰ্পণ কৰিব বিশ্বকাপ। বিয়লি ৫ বজাত দলটো উপস্থিত হ’ব মেৰিন ড্ৰাইভত। ৫ বজাৰ পৰা বাংখেড়ে ষ্টেডিয়ামলৈ ভিক্টৰী পেৰেড।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button