৩১ মাৰ্চৰ পূৰ্বে সমাধান হ’ব শিক্ষকৰ সমস্যা। এই আশ্বাস দিলে শিক্ষা সঞ্চালকালয়ে।
প্ৰতিবাদী শিক্ষক সমাজৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিলে শিক্ষা বিভাগৰ প্ৰধান সচিব প্ৰীতম শইকীয়াই। মৰগীয়া বানচৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি।
চাকৰি নিয়মীয়া কৰণ, বদলি কৰণ নীতি সমাধানৰ , পেন্সন আদি বিষয় সমূহ আলোচনাৰ মাধ্যমেৰে পূৰণৰ আশ্বাস। শিক্ষকসকল ৰাজপথলৈ আহিব লগা হোৱা নাছিল বুলি মন্তব্য প্ৰধান সচিবগৰাকীৰ। আকৌ শিক্ষক সকলে আন্দোলন কৰিব লগা পৰিৱেশ নহয় বুলি মন্তব্য শইকীয়াৰ।