অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ৩জন নতুন ন্যায়াধীশৰ নিযুক্তিত অনুমোদন জনালে উচ্চতম ন্যায়ালয়ৰ কলেজীয়ামে

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ৩জন নতুন ন্যায়াধীশৰ নিযুক্তিত অনুমোদন জনালে উচ্চতম ন্যায়ালয়ৰ কলেজীয়ামে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাকে ধৰি তিনিজনকৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শতীশ চন্দ্ৰ শৰ্মা আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আগষ্টাইন জৰ্জ মাচি হ’ব উচ্চতম ন্যায়ালয়ৰ অন্য দুজন নতুন ন্যায়াধীশ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button