
জুৰীয়াৰ কেন্দুগুৰিত চাঞ্চল্যকৰ ঘটনা
৩ লম্পটৰ আক্ৰমণত ছিঙিল এজনৰ কাণ
দুগৰাকী মহিলাকো আক্ৰমণ কৰে ৩ লম্পটে
আফজাৰুল, আঞ্জাৰুল, আব্বাছৰ বিৰুদ্ধে অভিযোগ
ঘটনা সন্দৰ্ভত জুৰীয়া থানাত এজাহাৰ ভুক্তভোগীৰ
তিনি লম্পটে গছত উঠি এগৰাকী মহিলাৰ গাধোৱা চাই আছিল। মহিলা গৰাকীয়ে এই কথা গম পাই পৰিয়ালক জনোৱাক কেন্দ্ৰ কৰি মহিলা গৰাকীৰ আত্মীয় এজন যুৱকক আক্ৰমণ কৰি কাণ চিঙি পেলাই তিনি লম্পটে। ইফালে পৰিয়ালটোৰে আন দুগৰাকী মহিলাকো আক্ৰমণ কৰি কাপোৰ কানি ফালি পেলোৱাৰো গুৰুতৰ অভিযোগ তিনি লম্পটৰ বিৰূদ্ধে।