AssamnationalpoliticalSocial

লোকসভা নিৰ্বাচনৰ পিছতে দেশত আৰম্ভ বিধান সভা নিৰ্বাচন।

দেশৰ ৭ ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন।

লোকসভা নিৰ্বাচনৰ পিছতে দেশত আৰম্ভ বিধান সভা নিৰ্বাচন। দেশৰ ৭ ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন। পশ্চিমবংগত ৪, হিমাচলত ৩, উত্তৰাখণ্ডত ২ সমষ্টিত অনুষ্ঠিত নিৰ্বাচন। বিহাৰ, পঞ্জাৱ, তামিলনাডু, মধ্যপ্ৰদেশৰ এটাকৈ সমষ্টিত উপ-নিৰ্বাচন।

পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। ১০ বিধানসভা সমষ্টিত বিধায়কৰ পদত্যাগ আৰু ৩ সমষ্টিত বিধায়কৰ মৃত্যু ঘটিছিল। পশ্চিমবংগৰ ৪ সমষ্টিৰ ভিতৰত ৩ সমষ্টিত আছিল BJPৰ বিধায়ক। পশ্চিমবংগৰ ৪ সমষ্টিত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত উপ-নিৰ্বাচন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − fourteen =

Back to top button