অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
‘কংগ্ৰেছে অসম চুক্তিৰ কথা ক’লে ভূতৰ মুখত ৰামনাম হয়’: অতুল বৰা
অসম চুক্তিক লৈ মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া... বাংলাদেশৰ পৰা মানুহ অহাৰ বাট মুকলি কৰিছিল কংগ্ৰেছে’....

অসম চুক্তিক লৈ মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া
কংগ্ৰেছৰ দিনত অসম চুক্তি কিয় ৰূপায়ণ নহ’ল?
‘বাংলাদেশৰ পৰা মানুহ অহাৰ বাট মুকলি কৰিছিল কংগ্ৰেছে’
‘৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত মন্ত্ৰী পৰিষদৰ বৈঠক চলি আছে’
‘কংগ্ৰেছে অসম চুক্তিৰ কথা ক’লে ভূতৰ মুখত ৰামনাম হয়’
অসম চুক্তিৰ দফা আখৰে আখৰে পালন হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰীয়ে
‘IMDT আইনৰ দৰে ভুল থাকি গৈছে’
‘কংগ্ৰেছৰ দীঘলীয়া কাৰ্যকালত ভুলবোৰ শুধৰাই যোৱা নহ’ল’
মুক্ৰঙৰ বিষয়টো বিবদমান এলেকালৈ ঠেলিলে অতুল বৰাই
মুক্ৰং অসমৰ বুলি দাবী কৰিব নোৱাৰিলে সীমান্ত মন্ত্ৰীগৰাকীয়ে