◾নেচনেল হেৰল্ড গোচৰত ৰাহুল গান্ধীক জেৰা অব্যাহত
◾বিগত দুদিন ধৰি ৰাহুল গান্ধীক জেৰা EDৰ
◾সোমবাৰ, মঙলবাৰৰ দিনটোত ১৭ ঘণ্টা জেৰা EDৰ
◾ৰাহুল গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ
◾ৰাজধানী দিল্লীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা
◾প্ৰতিবাদকাৰী কংগ্ৰেছী নেতা-কৰ্মীক আটক আৰক্ষীৰ
◾কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংসদৰ তীব্ৰ প্ৰতিবাদ
◾বুধবাৰে পুনৰ ৰাহুল গান্ধীক জেৰা EDৰ
◾EDৰ বিৰুদ্ধে খৰ্গহস্ত কংগ্ৰেছীৰ প্ৰতিবাদ অব্যাহত
◾প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছ কাৰ্যালয় এলেকাত জাৰি ১৪৪ ধাৰা
◾দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীৰ প্ৰতিবাদ অব্যাহত
◾২০০০ কোটিৰ নেচনেল হেৰল্ড-সম্পত্তিৰ গোচৰত EDৰ তদন্ত
◾নেচনেল হেৰল্ড বিত্তীয় খেলিমেলিৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ
◾২০১২ চনত গোচৰ ৰুজু কৰিছিল সুব্ৰমণিয়ম স্বামীয়ে
◾সংসদ ভৱনত কংগ্ৰেছী সাংসদসকলৰ অৱস্থান ধৰ্মঘট
◾সাংসদ দ্বীপেন্দৰ সিংহুদাক গৃহবন্দী দিল্লী আৰক্ষীৰ