
অসমৰ ভূমিৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বহুলোকে নাম উজলাই আহিছে । আজি আপোনালোকক কম এগৰাকী নিৰাপত্তাৰক্ষীৰ কথা যিগৰাকীয়ে বৰ্তমানৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ আছে ।
ফটোখনত দেখা এগৰাকীক বাৰু চিনি পাইছে নিশ্চয়, এগৰাকী অসমৰ সাংসদ ৰণজিৎ দত্ত আনগৰাকী ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত থকা উচ্চ পৰ্যায়ৰ প্ৰশাসনীয় বিষয়া বিষয়াগৰাকীৰ নাম অবিনাশ চেত্ৰী । অসমবাসীৰ বাবে গৌৰৱৰ বিষয় এইটোৱে যে অবিনাশ চেত্ৰীৰ ঘৰ অসমৰ তেজপুৰৰ চানমাৰিত ।
ৰণজিৎ দত্তৰ ফেচবুক পষ্ট 👇