Assamleatest updateSocial

ৰাষ্ট্ৰীয় পৰ্যায়ত গুজৰাট বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব অসম সন্তানৰ

উজলিল অসম সন্তান পিনাক পাণি

গুজৰাটৰ ৰাজধানী গান্ধীনগৰস্থিত গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত সমাজশাস্ত্ৰ বিষয়ৰ ছাত্ৰ তথা অসমসন্তান পিনাক পাণি বশিষ্ঠই নিজৰ বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰাৰ উপৰি একেৰাহে দুবাৰকৈ বিশ্ববিদ্যালয়খনৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীৰ খিতাপ দখল কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।

পিনাকে ইতিমধ্যে নিজৰ বিশ্ববিদ্যালয়খনক বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত প্ৰতিনিধিত্ব কৰি আহিছে। বশিষ্ঠ নলবাৰীৰ গোপাল বজাৰ নিৱাসী শিক্ষক জিতেন গোস্বামী আৰু জোনালী গোস্বামীৰ বৰপুত্ৰ পিনাক পাণি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − eleven =

Back to top button