Electionleatest updatenationalPMo india

অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল ওম বিৰলা।

প্ৰায় ৫০ বছৰৰ পাছত লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত মুখামুখি হৈছিল ওম বিৰলা আৰু কে সুৰেশ

অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল ওম বিৰলা। ধ্বনি ভোটত জয়ী হৈ দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা। লোকসভাৰ অধ্যক্ষ পদৰ বাবে এনডিএৰ প্ৰাৰ্থী আছিল ওম বিৰলা। আনহাতে, ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়োৱা হৈছিল কে সুৰেশক।

প্ৰায় ৫০ বছৰৰ পাছত লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচনত মুখামুখি হৈছিল ওম বিৰলা আৰু কে সুৰেশ। ১৯৫২ চনত অধ্যক্ষ পদৰ বাবে প্ৰথম নিৰ্বাচন হৈছিল। তাৰ পিছত ১৯৬৭ চনত আৰু ১৯৭৬ চনত অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ১৯৭৬ চনৰ পাছত পুনৰ ২০২৪ত বিৰোধীৰ প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন শাসক পক্ষ।  য’ত মৌখিক ভোটত জয়ী হয় এনডিএৰ প্ৰাৰ্থী আছিল ওম বিৰলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 1 =

Back to top button