মুখ্যমন্ত্ৰীৰ “স্বাগত সতীৰ্থ প’ৰ্টেল 2.O’ৰ” আনুষ্ঠানিক শুভাৰম্ভণি
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ... লোকসেৱা ভৱনত স্বাগত সতীৰ্থ প’ৰ্টেল ২.০ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ
স্বাগত সতীৰ্থ প’ৰ্টেল ২.০ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
লোকসেৱা ভৱনত প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বুজাবুজিৰ জৰিয়তে বদলিকৰণৰ বাবে মুকলি এই প’ৰ্টেল
তৃতীয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সুবিধাৰ্থে এই প’ৰ্টেল

স্বাগত সতীৰ্থ প’ৰ্টেল মুকলিৰ পিছতে মুখ্যমন্ত্ৰীৰ মন্তব্য
‘বিগত বৰ্ষৰ জানুৱাৰীত মুকলি কৰিছিলো স্বাগত সতীৰ্থ প’ৰ্টেল’
‘বুজাবুজিৰে বদলিকৰণৰ বাবে এই পৰ্টেল খুলিছিলো’
এই প’ৰ্টেলত 5 খন জিলা দিয়া থাকেঃ মুখ্যমন্ত্ৰী
‘সেই জিলাকেইখনৰ ভিতৰত বদলিকৰণ কৰিব পাৰে’
‘কোনো অফিচে অফিচে নোযোৱাকৈ কাম কৰিব পাৰি’
‘৩১ হাজাৰ কৰ্মচাৰীয়ে প্ৰথম অৱস্থাত আবেদন কৰিছিল’
‘প’ৰ্টেলৰ জৰিয়তে ৯ হাজাৰ কৰ্মচাৰীয়ে বদলিকৰণৰ সুবিধা পাইছে’
‘এগৰাকী কৰ্মচাৰীৰ বাবে এবাৰেই থাকিব সুবিধা’
‘এবাৰ বদলিকৰণৰ পিছত দ্বিতীয়বাৰ নাপাব সুবিধা’
‘যোৱা ১ জানুৱাৰীত আৰম্ভ কৰি ৭ জুনত বন্ধ কৰিছিলো’
‘এইবাৰো ৭ মাৰ্চৰ ভিতৰত শেষ কৰিবৰ বাবে আহ্বান’
‘ভাৰতৰ কোনো ঠাইত এই সুবিধা উপলব্ধ হোৱা নাই’
‘এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব দৰমহাৰ আগধন’
চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিকলৈয়ো মন্তব্য মুখ্যমন্ত্ৰীৰ
বহিঃৰাজ্যত মৃত্যু হোৱা লোকৰ বাবে কৰা হৈছিল এই আঁচনি’
ছেপ্তেম্বৰৰ পৰা ফ্ৰেব্ৰুৱাৰীলৈ ১৬২টা মৃতদেহ ঘূৰাই অনা হৈছে’
‘ইয়াৰ ফলত আৰ্থিক অনাটনত ভোগা লোকসকল উপকৃত হৈছে’
‘ফ্লেট বা মাটিৰ কিনাৰ বাবে পঞ্জীয়নৰ বাবে মুকলি কৰা হ’ব এপ’
‘ঘৰতে থাকি পঞ্জীয়ন কৰিব পাৰিব, অফিচলৈ আহিব নালাগে’
অহা বছৰত এই এপ মুকলিৰ বাবে মুখ্য সচিবক আহ্বান মুখ্যমন্ত্ৰীৰ
‘প্ৰথমে ফ্লেটৰ পৰা আৰম্ভ কৰিব লাগে এই নিয়ম’
‘গুৱাহাটীৰ নলা, পথ মেৰামতিৰ কাৰণে মুকলি হ’ব এপ’
‘বেয়া নলা, পথৰ ফটো এপত দিলে ঠিক কৰি দিয়া হ’ব’
‘ঠিকাদাৰসকলে এটা ৰাস্তাৰ ক্ষেত্ৰত অধিক বিল দিয়ে’
‘চিমেণ্টৰ দামকে ধৰি ভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব AI’
‘চিমেণ্টৰ দাম ৩০০ টকা থাকিলে বিল ৪০০ দিব নোৱাৰে’
