
ৰাজস্থানত দুৰ্ঘটনাত পতিত MIG 21 বিমান
হনুমানগড়ত ভূপতিত হয় যুঁজাৰু বিমানখন
এটা ঘৰৰ ওপৰত ভূপতিত বিমানখন
ঘৰটোত থকা ৩ জন ব্যক্তিৰ মৃত্যু
বিমানখনত আছিল ২জন পাইলট
এই পৰ্যন্ত জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ
আৰক্ষীৰ সূত্ৰ অনুসৰি সুৰক্ষিত আছে পাইলটকেইজন