Internationalleatest updatenationalঅসমদৈনিক বাতৰিবিজ্ঞানভাৰত

মহাকাশলৈ যাবলৈ সাজু ৪ গৰাকী ভাৰতীয়…

মহাকাশলৈ যাবলৈ সাজু ৪ গৰাকী ভাৰতীয়...

মহাকাশলৈ যাবলৈ সাজু ৪ গৰাকী ভাৰতীয়

৪ গৰাকীকৈ লোকক গগনযান মিছনৰ বাবে কৰা হৈছে সাজু

প্ৰশান্ত নায়াৰ, অংগদ প্ৰতাপ, অজিত কৃষ্ণণ আৰু চৌহান উপাধিৰ এজন

মহাকাশলৈ মানৱ প্ৰেৰণৰ বাবে সাজু ISRO

ভাৰতীয় বায়ুসেনাত কৰ্মৰত আছিল আটাইকেইগৰাকী

বাংগালুৰুত প্ৰদান কৰি থকা হৈছে প্ৰশিক্ষণ

আজি আটাইকে প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা

মহাকাশলৈ মহাকাশচাৰী প্ৰেৰণ কৰা চতুৰ্থখন দেশ হ’‍ব ভাৰত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 5 =

Back to top button