অপৰাধঅসমঅসম আৰক্ষী

বটদ্রৱাত ভয়ংকৰ ঘটনা! ক্ষুব্ধ লোকে জ্বলাই দিলে বটদ্রৱা আৰক্ষী থানা

আৰক্ষীৰ জিম্মাত মৃত্যু এজন যুৱকৰ

◾নগাঁৱৰ বটদ্রৱা আৰক্ষী থানাত ভয়ংকৰ ঘটনা

◾আৰক্ষীৰ জিম্মাত মৃত্যু এজন যুৱকৰ

◾যুৱকৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতি

◾মৃত যুৱকজনৰ নাম ছফিকুল ইছলাম

◾নিশা যুৱকজনক আটক কৰিছিল আৰক্ষীয়ে

◾আৰক্ষীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ পৰিয়ালৰ

◾ক্ষুব্ধ লোকে জ্বলাই দিলে বটদ্রৱা আৰক্ষী থানা

◾জ্বলাই দিলে থানা চৌহদৰ কেইবাখনো বাহন

◾আৰক্ষীকো প্রহাৰ ক্ষুব্ধ জনতাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button