অপৰাধঅসমঅসম আৰক্ষী

পুনৰ অসম আৰক্ষীৰ গুলী ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ

মৰিগাঁৱৰ মৈৰাবাৰীত আৰক্ষীৰ এনকাউণ্টাৰ

◼️পুনৰ অসম আৰক্ষীৰ গুলী ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ

◼️মৰিগাঁৱৰ মৈৰাবাৰীত আৰক্ষীৰ এনকাউণ্টাৰ

◼️ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

◼️আৰক্ষীৰ গুলীত আহত সৰবৰাহকাৰী জেহিৰুল ইছলাম

◼️বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলসহ ৩জনক

◼️লুকাই থোৱা ড্ৰাগ্ছ উদ্ধাৰৰ বাবে আৰক্ষীয়ে চলাইছিল অভিযান

◼️গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা জহিৰুল ইছলামৰ

◼️বৰজান দলঙৰ সমীপত পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলী

◼️প্ৰথমে, শূন্যলৈ, তাৰপিছত জেহিৰুলৰ ভৰিত আৰক্ষীৰ গুলী

◼️বৰ্তমান GMCHত চিকিৎসাধীন গুলীবিদ্ধ জেহিৰুল ইছলাম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + three =

Back to top button