FoodhealthSocial

ৰুটি বনোৱাৰ পাছত কঠিন হৈ পৰে নেকি? জানক কেনেকৈ ৰুটি কোমল কৰি ৰাখিব…

ৰুটি কোমল কৰাৰ সহজ উপায়, জানক...

কোমল কোমল ৰুটি সকলোৰে প্ৰিয় নহয়নে! কিন্তু ৰুটি যদি কোমল নহয় খাবলে একেবাৰে ভাল নহয়। পিছে আপুনি বনোৱা ৰুটিখন কোমল হয়নে? আপোনাৰ ৰুটিখন কেনেকৈ কোমল কৰিব? ৰুটি কোমল কৰিবলৈ কিছুমান নিয়ম মানি চলিব পাৰে…

প্ৰথমে, আটা গুড়িখিনি কুহুমীয়া পানীৰে মঠি লওক। আৰু যেতিয়া আপুনি আটাগুৰিখিনি মঠিব চাৰিওফালে সমান চাপ দিব যাতে আপোনাৰ ৰুটিখন কোমল হয়।

How to knead dough or flour: Aata Kaise Gunthe- आटा गूंथने का सही तरीका क्या है, जानें बेहद नरम और फूली-फूली रोटियां बनाने की ट्रिक

দ্বিতীয়তে, আটা গুড়িখিনিত পানী মিহলোৱা সময়ত সাৱধান হ’ব লাগে, যাতে আটাৰ লাড়ুটো বেছি কঠিন বা বেছি কোমল নহয়।

তৃতীয়তে, আটাৰ গুড়িখিনি মঠি লোৱাৰ পিছত তিতা কাপোৰেৰে ২০ মিনিট মানৰ কাৰণে ঢাকি ৰাখিব। মনত ৰাখিব যে ৰুটি কেমল কৰাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

চতুৰ্ততে, ৰুটিখন বেলাৰ আগত আটাৰ লাড়ুটো পুনৰ এবাৰ মঠি ল’ব। যাতে ৰুটিখন কোমল হয়।

Illustrated Atta Recipe For Indian Flatbread Dough, 60% OFF

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 10 =

Back to top button