অসমআঞ্চলিকদৈনিক বাতৰি

বোকাজানত আছুৰ বিক্ষোভ কাৰ্যসূচী…..

বোকাজানত আছুৰ বিক্ষোভ কাৰ্যসূচী.....

বোকাজানত আছুৰ বিক্ষোভ কাৰ্যসূচী। বোকাজান বিলাতী মাটি কাৰখানাৰ সম্প্ৰসাৰণৰ কাম অতিশীঘ্ৰে সম্পূৰ্ণ কৰা, ধূলি প্ৰদূষণ নিয়ন্ত্ৰণ কৰা তথা ১০০ শতাংশ থলুৱা নিযুক্তি প্ৰদান কৰাৰ দাবীত আজি আছুৰ বিক্ষোভ কায্যসূচী। বোকাজান বিলাতীমাটি কাৰখানাৰ বিৰুদ্ধে কেইবাটাও বিষয়ত গুৰুত্ব প্ৰদান নকৰাৰ দাবী প্ৰতিবাদকাৰীৰ।

বোকাজান বিলাতী মাটি কাৰখানাৰ সন্মুখত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভ কায্যসূচী গ্ৰহণ কৰে। জ্যেষ্ঠ তথা সচেতন নাগৰিক, মহিলা সংগঠনৰ সৈতে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ শতাধিক আছু কৰ্মীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + twenty =

Back to top button