Covid-19অসমস্বাস্থ্য

অসম পালেহি মাৰাত্মক অ’মিক্ৰণ

আক্ৰান্ত এজন অসমৰ বিপৰীতে বাকী কেইজন মেঘালয়ৰ

◾ অসমৰ এজনৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ

◾ মেঘালয়লৈ গৈছিল অসমৰ লোকজন

◾ মেঘালয় চৰকাৰৰ জেনম চিকুৱেন্স টেষ্টত ধৰা পৰে অ’মিক্ৰণ

◾ মেঘালয়ত ৫জনৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ

◾ আক্ৰান্ত এজন অসমৰ বিপৰীতে বাকী কেইজন মেঘালয়ৰ

◾ আক্ৰান্তসকলৰ ভিতৰত এগৰাকী মহিলা

◾ আক্ৰান্তসকলৰ এগৰাকী আহিছিল আমেৰিকাৰ পৰা

◾ আন এগৰাকী দিল্লীৰ পৰা আহিছিল শ্বিলঙলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button