অসমজীৱনশৈলী

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ‘অসম বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ বঁটা

জনতা ভৱনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল মুখ্যমন্ত্ৰীৰ

◾ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল

◾ জনতা ভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সংবাদ মেল

◾ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদ মেল

◾ সংবাদ মেলত উপস্থিত বিত্তমন্ত্ৰী অজন্তা নেওগ

◾ উপস্থিত শিক্ষামন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী পীয়ুষ হাজৰিকা

◾ ৰাজ্যত অসামৰিক সেৱা সন্মান ঘোষণা

◾ ৩টা সন্মান ঘোষণা মুখ্যমন্ত্ৰীৰ

◾‘সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ’

◾‘অসম বৈভৱ বঁটাপ্ৰাপকে লাভ কৰিব বহু সা-সুবিধা’

◾ ‘দ্বিতীয় অসামৰিক সন্মান অসম সৌৰভ’

◾ ‘প্ৰত্যেক বছৰে ৩গৰাকী ব্যক্তিলৈ অসম সৌৰভ বঁটা’

◾ ‘তৃতীয় অসামৰিক সন্মান অসম গৌৰৱ বঁটা’

◾ ‘অসম বৈভৱ বঁটাত ৫ লাখ টকা ঘোষণা’

◾‘অসম সৌৰভ বঁটাত ৪ লাখ টকা থাকিব’

◾ ‘অসম গৌৰৱ বঁটাত ৩ লাখ টকা থাকিব’

◾ ‘বছৰত ১৯গৰাকীয়ে পাব এই বঁটা’

◾ ‘প্ৰতি বছৰে অসম দিৱসৰ দিনাই প্ৰদান কৰা হ’ব এই বঁটা’

◾‘সকলো চৰকাৰী অনুষ্ঠানত কৰা হ’ব নিমন্ত্ৰণ’

◾ ‘অহা বৰ্ষৰ ২৪ জানুৱাৰীত চলিত বৰ্ষৰ বঁটা প্ৰদান কৰা হ’ব’

◾ ‘অহা বছৰৰ পৰা ২ ডিচেম্বৰত প্ৰদান কৰা হ’ব এই বঁটা’

◾ ‘যাৰ প্ৰতিভাই সমাজত প্ৰভাৱিত কৰিছে তেওঁলোকক দিয়া হ’ব এই বঁটা’

◾ উদ্যোগপতি ৰতন টাটালৈ অসম বৈভৱ বঁটা

◾ ‘অসমৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ সেৱাৰ উদ্যোগ লৈছিল টাটাই’

◾ কমলেণ্ডু দেৱ কৌৰীক প্ৰথমটো অসম সৌৰভ বঁটা

◾ ডঃ লক্ষ্মণন এছক দ্বিতীয়টো অসম সৌৰভ বঁটা

◾ ডঃ দীপক চান্দ জৈনক তৃতীয়টো অসম সৌৰভ বঁটা

◾ লাভলীনা বৰগোহাঁইক চতুৰ্থটো অসম সৌৰভ বঁটা

◾ নীলপৱন বৰুৱালৈ পঞ্চমটো অসম সৌৰভ বঁটা

◾মনিন্দ্ৰ নাথ নাটেলৈ প্ৰথমটো অসম গৌৰৱ বঁটা

◾ ডঃ বসন্ত হাজৰিকালৈ দ্বিতীয়টো অসম গৌৰৱ বঁটা

◾আকাশজ্যোতি গগৈলৈ তৃতীয়টো অসম গৌৰৱ বঁটা

◾ মনোজ কুমাৰ বসুমতাৰীলৈ চতুৰ্থটো অসম গৌৰৱ বঁটা

◾ খৰছিং টেৰণক পঞ্চমটো অসম গৌৰৱ বঁটা

◾ ববী হাজৰিকাক ষষ্ঠটো অসম গৌৰৱ বঁটা

◾ হেমপ্ৰভা চুতীয়াক সপ্তমটো অসম গৌৰৱ বঁটা

◾ নমিতা কলিতাক অষ্টমটো অসম গৌৰৱ বঁটা

◾ বনিতা মমিনক নৱমটো অসম গৌৰৱ বঁটা

◾ ধৰণীধৰ বড়োক দশমটো অসম গৌৰৱ বঁটা

◾ কৌশিক বৰুৱাক একাদশ অসম গৌৰৱ বঁটা

◾ কল্পনা বড়োক দ্বাদশ অসম গৌৰৱ বঁটা

◾ডঃ আছিফ ইকবালক ত্ৰয়োদশ অসম গৌৰৱ বঁটা

◾ ১৩গৰাকী ব্যক্তিক সন্মানিত কৰা হ’ব অসম গৌৰৱ বঁটাৰে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 2 =

Back to top button