AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংসদত অন্তৰ্ৱৰ্তীকালীন বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ….

সংদত বিত্তমন্ত্ৰীৰ বাজেট ভাষণ

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট

সদনত দাখিল অন্তৱৰ্তীকালীন বাজেট

সকলোৰে সৈতে সকলোৰে উন্নয়নত গুৰুত্ব

আন্তঃগাঁথনিত দিয়া হৈছে গুৰুত্ব

MSPত দিয়া হৈছে বিশেষ গুৰুত্ব

বাৰে বাৰে বৃদ্ধি কৰা হৈছে MSP

২০৪৭ৰ ভিতৰত বিকশিত ভাৰত গঠন

কৃষকলৈ পোনপটীয়াকৈ একাউণ্টত ধন

DBTৰ সুফল লাভ কৰিছে কৃষক, জনতাই

মোদী চৰকাৰে স্বজন-প্ৰীতি অন্ত পেলাইছে

মোদী চৰকাৰে দুৰ্নীতিৰ অন্ত পেলাইছে

মোদীক তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ আশা

আমি সংখ্যাগৰিষ্ঠতা পোৱাৰ আশাবাদী

মোদী চৰকাৰে সকলোৰে কথা চিন্তা কৰে

নতুনকৈ ৭খন IIT আৰু ৩৯০খন বিশ্ববিদ্যালয় স্থাপন

১২ কোটি কৃষকৰ বাবে বিত্তীয় সাহায্য

জনধনত ৩৪ লাখ কোটি দিয়া হৈছে

৭৮ লাখ পদপথৰ ব্যৱসায়ীক সহায়

হস্তশিল্পীৰ বাবে ‘বিশ্বকৰ্মা আঁচনি’

PM ফচলৰ অধীনত ৪ কোটি কৃষকৰ বীমা

আগন্তুক ৫ বছৰ উন্নয়নৰ ৫ বছৰ

১.৪ কোটি যুৱকক কৌশল বিকাশৰ অধীনত প্ৰশিক্ষণ

২৫ কোটি জনতাক দাৰিদ্ৰতাৰ পৰা মুক্ত

পূৰ্বোত্তৰৰ উন্নয়নত বিশেষ গুৰুত্ব

বিগত ১০ বছৰত কন্যাৰ শিক্ষাত গুৰুত্ব

১০ বছৰত কন্যা শিক্ষাত ২৮%ৰ বৃদ্ধি

মধ্যবিত্ত শ্ৰেণীৰ বাবে গৃহ আঁচনি

সকলো আশাকৰ্মীৰ বাবে আয়ুষ্মান ভাৰত আঁচনি

৯-১৪ বছৰীয়ালৈ চাৰ্ভিকেল কেন্সাৰ ভেক্স

তৈলখাদ্যত আত্মনিৰ্ভৰশীলতাৰ গুৰুত্ব

দুগ্ধপালকৰ বাবে ‘গকুল’ আঁচনি

২০১৪ৰ পাছৰ পৰা সাগৰীয় খাদ্যৰ ৰপ্তানি বৃদ্ধি

মৎস্য খণ্ডত ৫৫ লাখ নতুন কৰ্মসংস্থাপন

১ কোটি মহিলা ইতিমধ্যে ‘লাখপতি ডিডি’

নতুন ৩ কোটি ‘লাখপতি দিদি’ সৃষ্টিৰ লক্ষ্য

GDPৰ নতুন সংজ্ঞা বিত্তমন্ত্ৰীৰ

গৰ্ভনেন্স, ডেভেলপমেণ্ট আৰু পাৰ্ফৰমেন্স

দেশত বিনিয়োগৰ স্থিতি সুস্থিৰ

GSTৰ মাধ্যমেৰে এক বজাৰ, এক কৰ প্ৰণালী

৩০ কোটি মুদ্ৰা লোণ দিয়া হৈছে

৪১ হাজাৰ ৰে’ল দবা বন্দে ভাৰতলৈ উন্নীত

‘উড়ান’ আঁচনিৰ অধীনত ৫১৭ নতুন আকাশমাৰ্গ

২০২৫লৈ মূলধনী পুঁজি ১১.১ লাখ কোটিলৈ বৃদ্ধি

দেশত বৃদ্ধি পাইছে আধ্যাত্মিক পৰ্যটন

আধ্যাত্মিক পৰ্যটনে স্বাৱলম্বী কৰিছে স্থানীয় লোকক

লাক্ষাদ্বীপ হৈ পৰিব দেশৰ অন্যতম পৰ্যটনস্থলী

FDIক লৈ বিত্তমন্ত্ৰীৰ নতুন সংজ্ঞা

FDI = FIRST DEVELOP INDIA

পৰ্যটন উদ্যোগৰ বাবে সুদবিহীন ঋণ

২০২৪–২৫ৰ বাজেট প্ৰাককলন

বিত্তীয় ঘাটিৰ পৰিমাণ GDPৰ ৫.৮%

১৪ লাখ কোটিৰ গঢ় ঋণ

২০২৪-২৫ বৰ্ষত ৰাজহৰ লক্ষ্য ৩০ লাখ কোটি

কৰদাতাৰ ধন উন্নয়নত প্ৰয়োগৰ নিশ্চিতি

কৰদাতাৰ কৰ প্ৰক্ৰিয়া সৰল কৰা হৈছে

TAX-REFUND প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈছে

পূৰ্বৰ ৯০ দিনৰ সলনি এতিয়া মাত্ৰ ১০ দিন

কৰৰ পৰিমাণত কোনো সাল-সলনি হোৱা নাই

DIRECT-INDIRECT কৰৰ পৰিমাণ একে থাকিব

২২%লৈ হ্ৰাস কৰ্পোৰেট কৰ

ষ্টাৰ্টআপ পেন্সন ফাণ্ডলৈ বিশেষ ৰেহাই

কৰদাতাৰ সংখ্যা ২.৫লৈ বৃদ্ধি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two − 1 =

Back to top button