
তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰৰ ৰহস্যজনক মৃত্যু
শুই থকা অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
মৃত ছাত্ৰজন তিনিচুকীয়াৰ নীলোৎপল গগৈ
পৰিৱেশ বিজ্ঞান বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ নীলোৎপল
শৰাইঘাট চি ভি ৰমন হোষ্টেলৰ আৱাসী নীলোৎপল
পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ