Assamleatest updateSocialSports

একেদিনাই ৪টাকৈ সোণৰ পদক অৰ্জন এগৰাকী কণমানিৰ!

কোন এইগৰাকী প্ৰতিভাৱান কণমানি?

এগৰাকী প্ৰতিভাৱান কণমানি। নাম মৃদিনি পাটোৱাৰী। ৩ বছৰ বয়সৰ পৰাই বিভিন্ন শিতানত পদক অৰ্জন কৰি পৰিয়ালৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে মৃদিনিয়ে।

কাৰাটে, টাইকণ্ড, হাতোৰ, বিহু, সত্ৰীয়া আদিকে ধৰি বিভিন্ন শিতানত অৰ্জন কৰিছে পদক।

2nd RR Das Memorial Inter School Competitionত একেদিনাই ৪টাকৈ সোণৰ পদক অৰ্জন কৰিছে কণমানি জনীয়ে।

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ আৰু ৰাষ্ট্ৰীয় খেলতো পদক অৰ্জন মৃদিনিৰ।

ভৱিষ্যতে যাতে বিশ্ব দৰবাৰত নাম উজলাব পাৰে তাৰ বাবে অসমবাসীৰ ওচৰত আৰ্শীবাদ বিচাৰিছে মৃদিনিৰ লগতে পৰিয়ালবৰ্গই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button