আন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

ক্ষমতাচ্যুত হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান..

অনাস্থা ভোটত শোচনীয় পৰাজয় ইমৰান খানৰ

◼️ৰাজনীতিৰ পথাৰ কক্লিন বল্ড হ’ল ইমৰান খানৰ

◼️পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ক্ষমতাচ্যুত ইমৰান খান

◼️অনাস্থা ভোটত শোচনীয় পৰাজয় ইমৰান খানৰ

◼️নিশা ১২.৩০ বজাত অনুষ্ঠিত হৈছিল অনাস্থা প্ৰস্তাৱৰ ভোট গ্ৰহণ

◼️অনাস্থা প্ৰস্তাৱত ইমৰানখানৰ বিৰুদ্ধে পৰিল ১৭৪টা ভোট

◼️ফলস্বৰূপে পতন ঘটিল ইমৰান খান চৰকাৰৰ

◼️ভোট গ্ৰহণ বৰ্জন ইমৰান খানৰ দল PTIৰ

◼️পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ

◼️১১ এপ্ৰিলত হ’ব শ্বাহ বাজ শ্বৰীফৰ শপত গ্ৰহণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 17 =

Back to top button