অসমক্ৰিকেটখেলগুৱাহাটীদৈনিক বাতৰিভাৰত

অষ্টমবাৰলৈ ভাৰতৰ দখলত এছিয়া কাপৰ খিতাপ

অষ্টমবাৰলৈ ভাৰতৰ দখলত এছিয়া কাপৰ খিতাপ

ঘৰুৱা দল শ্ৰীলংকাক বিধ্বস্ত কৰি জয়ী ৰোহিত বাহিনী

৬.১ অভাৰতে বিজয় লক্ষ্যত উপনীত টীম ইণ্ডিয়া

শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতৰ সন্মুখত ৫১ ৰানৰ লক্ষ্য দিছিল শ্ৰীলংকাই

এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাৰ বেটিং বিপৰ্যয়

১৫.২ অভাৰত ৫০ ৰানত অলআউট সিংঘলী বাহিনী

মাত্ৰ দুজন বেটছমেনেহে অতিক্ৰম কৰিলে দহকৰ ঘৰ

এদিনীয়া ক্ৰিকেটত জিম্বাবৱেৰ পিছত সৰ্বনিম্ন স্ক’ৰ শ্ৰীলংকাৰ

ODI ক্ৰিকেটত মহম্মদ ছিৰাজৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন

৭ অভাৰত ২১ ৰান দি ৬ দখল মহম্মদ ছিৰাজৰ

এটা অভাৰত ৪ উইকেট দখল মহম্মদ ছিৰাজৰ

১ অভাৰত ৪ উইকেট দখল কৰা প্ৰথম ভাৰতীয় বলাৰ মঃ ছিৰাজ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − three =

Back to top button