⚫APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত।
⚫উচ্চ ন্যায়ালয়ক অৱগত কৰালে ৰাজ্য চৰকাৰে।
⚫কেবিনেটৰ সিদ্ধান্তত শেষ মোহৰ ৰাজ্য চৰকাৰৰ।
⚫বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনৰ বিৰুদ্ধে আৱেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে।
⚫বাধ্যতামূলক কাকতখন আঁতৰাবলৈ APSCক নিৰ্দেশ হাইকৰ্টৰ।
⚫এতিয়াৰে পৰা পৰীক্ষাৰ্থীয়ে ৩০০ নম্বৰৰ অসমীয়া কাকতৰ পৰীক্ষা দিব নালাগে।
⚫২০২২ চনৰ জানুৱাৰীত হ’ব লগীয়া মেইনছ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে দিব নালাগে এই কাকতৰ পৰীক্ষা।