অসমদুৰ্ঘটনা

নিৰ্মীয়মাণ দলঙৰ পৰা খহি পৰিল লন্সাৰ মেচিন, কথমপি প্ৰাণ ৰক্ষা শ্ৰমিকৰ…

দুৰ্ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা ২০জন শ্ৰমিকৰ

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱ নিৰ্মিত দলঙত অঘটন।নিৰ্মাণৰত দলঙৰ পৰা খহি পৰিল ৰেলিং লন্সাৰ মেচিন।

নিৰ্মীয়মাণ দলঙৰ ১৪ নম্বৰ খুঁটাত এই অঘটন।

শুকুৰবাৰে নিশাৰ ভাগত অহা বতাহ-বৰষুণৰ ফলত ভাগি পৰে দলঙৰ একাংশ। বহু দূৰৈত ছিটিকি পৰে ডিজিটেল ইনভাৰ্টাৰ। এছ পি ছিঙলা নামৰ প্ৰতিষ্ঠানটোৱে কাম কৰিছিল দলঙৰ। দুৰ্ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা ২০জন শ্ৰমিকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button