অসমআঞ্চলিকদৈনিক বাতৰি

গোলাঘাট ৰঙাজান চাহ বাগিচাত প্ৰতিবাদ, প্ৰাপ্য আদায়ৰ দাবীৰে প্ৰতিবাদ চাহ শ্ৰমিকৰ

গোলাঘাট ৰঙাজান চাহ বাগিচাত প্ৰতিবাদ

গোলাঘাট ৰঙাজান চাহ বাগিচাত প্ৰতিবাদ

প্ৰাপ্য আদায়ৰ দাবীৰে প্ৰতিবাদ চাহ শ্ৰমিকৰ

ৰঙাজান-থুৰাজান বাগিচাৰ মালিকপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ

শ শ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদস্থলী

ৰঙাজান চাহ বাগিচা কাৰ্যালয়ৰ সমীপত বাগিচা কু পৰিচালনা বন্ধ কৰক, শ্ৰমিকৰ ঘৰ মেৰামতি কৰক, বাগিচা শ্ৰমিকৰ ভৱিষ্যত ধ্বংস কৰা বন্ধ কৰক, মালিকৰ মিচলিয়া কথা বন্ধ কৰক, এই মালিক আমাক নালাগে আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button